বগা বঙালবগা বাহক

বগা বাউনা (Assamese) [ Roman: bo.ga bau.na]
Contributed by: Aklantika Saikia on 2010-07-26
1. Astronomy(Common Noun-Neuter) A faint star of enormous density, a small star composed mostly of electron-degenerate matter. They are very dense; its mass is comparable to that of the Sun and its volume is comparable to that of the Earth. Its faint luminosity comes from the emission of stored thermal energy. বহুত ঘনত্ব সম্পন্ন সৰু মৃত তৰা৷ তৰাবোৰৰ ইন্ধন শেষ হোৱাৰ পিচত সিহঁতৰ নিজৰ মধ্যাকৰ্ষণ বলৰ প্ৰভাৱত সেইবোৰ ক্ৰমান্বয়ে সংকুচিত হ’বলৈ ধৰে, যাৰ ফলত সিহঁতৰ ঘনত্ব বহু গুণে বাঢ়ি যায়৷ যিবোৰ তৰাৰ ভৰ সূৰ্যৰ ভৰৰ ১.৫ গুণতকৈ কম হ্য় সিহঁতৰ ইলেক্ট্ৰণবোৰৰ বিপৰীতমুখী গতিৰ কাৰণে এই সংকোচন এটা সময়ত বন্ধ হ্য় আৰু তৰাটোৱে এটা স্থায়ী অৱস্থা লাভ কৰে৷ এনে অৱ্স্থা প্ৰাপ্ত তৰাবোৰকে বগা বাউনা বা বগা মৃত তৰা বোলে৷